অশীতিপৰ চেৰিং দৰ্জী ভুটিয়াই পাঁচটা দশক ধৰি হাতেৰে ধনু সাজি আহিছে। পেচাত এগৰাকী বাঢ়ৈ দৰ্জীয়ে কাঠৰ আচবাব মেৰামতি কৰি জীৱিকা নিৰ্বাহ কৰে যদিও তেওঁৰ মাতৃভূমি চিক্কিমৰ সংস্কৃতিৰ অভিন্ন অংগ ধনুৰ্বিদ্যাৰ পৰাহে তেওঁ প্ৰেৰণা লাভ কৰে।

স্থানীয় লোকে কয় যে চিক্কিমৰ পাকয়ং জিলাত এসময়ত বহুত ধনু-কাঁড় নিৰ্মাতা আছিল, কিন্তু এতিয়া চেৰিঙেই ৰৈছেগৈ। তেওঁ বাঁহেৰে ধনু সাজে আৰু বৌদ্ধ ধৰ্মালম্বীসকলৰ লচুং উৎসৱত সেয়া বিক্ৰী কৰে।

তেওঁ বিষয়ে এইটো ষ্ট’ৰি পঢ়িব পাৰে: পাকয়ঙৰ ধনু আৰু অশীতিপৰ চেৰিঙৰ চেনেহৰ শ্ৰম

ভিডিঅ চাওক : ধনু সাজি ভাল পোৱা চেৰিং ভুটিয়া

অনুবাদ: পংকজ দাস

Jigyasa Mishra

Jigyasa Mishra is an independent journalist based in Chitrakoot, Uttar Pradesh.

Other stories by Jigyasa Mishra
Video Editing : Urja
urja@ruralindiaonline.org

Urja is a Video Editor and a documentary filmmaker at the People’s Archive of Rural India

Other stories by Urja
Text Editor : Vishaka George

Vishaka George is a Bengaluru-based Senior Reporter at the People’s Archive of Rural India and PARI’s Social Media Editor. She is also a member of the PARI Education team which works with schools and colleges to bring rural issues into the classroom and curriculum.

Other stories by Vishaka George
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das